IndusViva Head office in Bangalore আমি সকলোৱে জানো। কিন্তু তাৰ মাজতে এটা কথা মই বহুত বাৰ শুনিব পাইছো বা আপোনালোকে হয়তো শুনিব পাইছে চাগে। আমি যেতিয়া আমাৰ প্ৰস্পেক্ত অথবা কাৰোবাক Plan Presentation দিবলৈ যাওঁ তেতিয়া আমি আমাৰ Head office Bangalore আছে বুলি কলে কিছুমান মানুহে বিশ্বাস নকৰে।
এই ধৰণৰ মানুহ বোৰৰ বাবে কিছুমান কাম কৰিবলে আগবাঢ়ি যাওতে আমি বহুত প্ৰশ্ন উত্তৰ দিবলগীয়া হয়। আৰু কিছুমানে ইয়াক বিশ্বাসৰ ৰূপত লবৰ বাবে আশংকা কৰে। মই এই কথাটো উত্তৰ দিবৰ মানসেৰে তেওঁলোকৰ আত্মাৰ শান্তি কামনা কৰি এটা Video যোগেদি মোৰ নিজা অভিমত প্ৰকাশ কৰিবলৈ সক্ষম হলো। গতিকে আপোনালোকে এই Video যোগেদি ইয়াত সঠিক Reply দিবৰ বাবে সক্ষম হব। অলপ ভালদৰে চাব শেষত মই অলপ বাৰ্তা প্ৰেৰণ কৰা আছে আপোনালোকৰ বাবে।
মই যেতিয়া Star 1000 Distributor হৈছিলো তেতিয়া মই Bangalore two nights three days training কাৰণে গৈছিলো। মই কেইখন মান ফটো দিছো যে এই ধৰণৰ সুবিধা পলে বা Training কাৰণে আপুনি যদি এবাৰ যাব পাৰে কিমান ভাল লাগে মই কলে আপোনালোকে হয়তো অধিক কোৱা বুলি কব। যেতিয়া আপোনালোকে নিজে প্ৰত্যক্ষ্য কৰিব তেতিয়াহে হয়তো ইয়াৰ অনুভৱ জানিব বা বুজিব। এই ধৰণৰ মঞ্চই আমাৰ জীৱনলৈ এটা নতুন জীৱনৰ পাতনি মেলে। আৰু এটা কথা আমি যেতিয়া Bangalore office গৈছিলো তেতিয়া আমি সকলোৱে অফিচত দুপৰীয়া অহাৰ তাতে গ্ৰহণ কৰিছিলো বা আমাক সকলোকে খুৱাইছিলে। আপোনালোকে video যোগেদি ভালদৰে গম পাইছে চাগে। সকলো মই দিয়া আছে। আৰু এটা সুন্দৰ পদক্ষেপ আমাৰ IndusViva Head office অৰ্থাৎ আমাৰ কোম্পানীত আছে বা দেখা পালো ইয়াত School আছে। ভালদৰে বুজিবৰ বাবে আপুনি video টো গুৰুত্ব দি চাব লাগিব।
![]() |
| Enjoy in Bangalore Star 1000 Trip |
এটা কথা আপুনি ভাবি চাব আপুনি বা মই বা আমি কেতিয়াও নিজৰ টকা পইচা খৰচ কৰি Five Star আৰু Seven Star Hotel এখনত কেতিয়াও থাকিব বা যাব নোৱাৰিম চাগে। কাৰণ ইয়াত এদিনতে বহুত বহুত টকাৰ প্ৰয়োজন হয় থাকিবৰ বাবে। আমাৰ হাতত পইচা থাকিলেও বা আপোনালোকৰ হাতত বহুত টকা থাকিলেও দহ বাৰ চিন্তা কৰিব লাগিব এই ধৰণৰ হোটেল এখনত থাকিবৰ বাবে।আৰু এই ধৰণৰ হোটেলৰ খাদ্য খাই আৰু আনন্দ অনুভৱ কৰিব পাৰিব আপুনি।
আপোনালোকে ফটো বোৰ চাই বুজিব পৰিছে চাগে কিমান এটা সুন্দৰ পদক্ষেপ এইটো। আৰু এই ধৰণৰ মঞ্চই আপোনাক বহুত মানুহৰ লগত সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। গতিকে যিমান পাৰে সোনকালে আপোনালোকৰ আহিবলগীয়া দিনবোৰ আৰু সুন্দৰ ভাৱে কটাবলৈ চেষ্টা কৰক। আৰু বহুত আছে কলে শেষ নহব নিশ্চয়। কথাবোৰ পঢ়ি পাহৰি নাযাব আপোনাৰ জীৱনৰ বাবে চেষ্টা কৰিব। যদি আপোনাৰ ভিতৰত Challenge আছে তেতিয়া 100% আপুনি Success হব। সেইকাৰণে কোৱা হয় Challenge is Success. মই Challenge মানে কি আৰু কিমান ভাল আপোনাৰ জীৱনৰ বাবে এইটো শব্দ ভালদৰে বুজিবৰ বাবে এটা Video and Article আপোনালোকৰ ভৱিষ্যত জীৱনৰ বাবে দিম। কিন্তু আপোনালোকে পঢ়ি বা চাই থাকিলেই নহব Action লব লাগিব।
You can follow me on YouTube also-
Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w
MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w
Thanks for Visit my Website.
আপোনালোকৰ বন্ধু
মনোজ কুমাৰ দত্ত


1 comments:
Click here for commentsVery good sir
ConversionConversion EmoticonEmoticon