What is Active Income and Passive Income.
Active Income আৰু Passive Income উপৰত আজি মই আপোনালোকক সুন্দৰ ভাবে উপস্থাপন কৰিবলে লৈছো। গতিকে আপোনালোকে এই কথাবোৰ অতি গুৰুতৰ ভাবে লব যাতে আপোনাৰ জীৱনত কোনো ধৰণৰ সমস্যা নহয়। যাতে এটা সুন্দৰ ভৱিষ্যত গঠন কৰিবৰ বাবে সক্ষম হয়।
ইয়াত আপোনালোকে ভালদৰে নিৰীক্ষণ কৰিলে দেখা পাব। সাধাৰণতে দেখা় যায় যে সকলোৱে চাৰিটা উপয়াৰে উপাৰ্জন কৰে ইয়াৰে প্ৰথম ভাগটো হল E. ইয়াত কোৱা হৈছে যে E মানে হল Employee. আমাৰ সকলোৱে ভাবে যে চাকৰি অতি সন্মানজনক । কিন্তু চৰকাৰী চাকৰিয়েই সংস্থাপনৰ একমাত্ৰ পথ নহয়। চাকৰিৰ বাদেও অনেক বহুত উপাৰ্জনৰ পথ আছে।
E- Employee
যি সকল মানুহে চাকৰি কৰিম বা কৰিম বুলি ভাবি আছে আৰু যি সকলে কৰিআছে এটা কথা আপোনালোকে ভাবি চাব তেওঁলোকে এটা লিমিটেড ইনকম কৰিয়েই জীৱন কটাব লগা হয়। তেওঁলকৰ জীৱনত আৰু যে বেলেগ কিবা কৰ্ম কৰি Maximum টকা Earning কৰিব পাৰি তেওঁলোকে এই কথাবোৰ পাহৰি পেলায়। যেনে তেনে টানি তুনি যিটো Salary বা দৰমহা পায় এইটো টকাৰে জীৱন কটাব চেষ্টা কৰে। তেওঁলোকে জীৱনত কেতিয়াও যিকোনো এটা কাম ভালদৰে কৰিব মন থাকিলেও কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ লিমিটেড ইনকমে ঢুকি নাপাই। মই চাকৰি বেয়া বুলি কোৱা নাই কাৰণ মোৰ দেউতাই ও চাকৰি কৰিছিল। কিন্তু আপোনালোকে এটা লিমিটেড Income কৰি জীৱন কটাই নিদিব। কাৰণ যুগৰ পৰিবৰ্তনৰ লগে লগে উপাৰ্জনৰ পথো সলনি হৈ আহিছে। পৰিবৰ্তিত উপাৰ্জনৰ পথত আগবাঢ়ি গলেহে জীৱনত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হব।আপোনাৰ Quality and Capacity বহুত আছে কিন্তু আজিলৈকে আপুনি নিজকে চিনি পুৱাই নাই।How much you have Quality and Capacity. So, Please Change your thinking for develop your Life.
S- Self Employed
You can see this video for details.
ঠিক তেনেদৰে S মানে হল Self Employed. যিসকল মানুহে চাকৰি নাপাই তেওঁলোকে নিজৰ টকা পইচা খৰচ কৰি এটা Business বা বিভিন্ন প্ৰতিষ্ঠানত চাকৰি কৰিবলে চেষ্টা কৰে।যেনে-দোকান, ঠিকা, কৃষিকৰ্ম, পশুপালন , কাৰিকৰী আদি। অন্য একাংশ লোকে প্ৰকৃত অৰ্থত ব্যৱসায় আৰু অৰ্থনৈতিক বিনিয়োগ কৰে।
E আৰু S এইসকলৰ ভিতৰত প্ৰায় 95% লোকে চাকৰি আৰু স্বনিয়োজিত হৈ উপাৰ্জন কৰে। আৰু তেওঁলোকে নিজে কাম কৰিলেহে উপাৰ্জন কৰিব পাৰে আৰু কাম কৰিব নোৱাৰিলে তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ পৰে। গতিকে 95% লোকে এনে ধৰণৰ কাম কৰে আৰু তেওঁলোকৰ উপাৰ্জন মাত্ৰা 5% হয়। এইফালে মানুহ বেছি কিন্তু পইচা কম। Left ফালে E আৰু S এই ধৰণে Income কৰা ব্যক্তি সকলক Active Income মানে Hard Work কৰা বুলি কোৱা যায়। সেইকাৰণে তেওঁলোকক কোৱা হয় যে Usable Person. কাৰণ তেওঁলোক Use হলে পইচা পাই আৰু Use নহলে পইচা নাপাই।
এতিয়া Right ফালে চালে আপোনালোকে গম পাব যে ইয়াত B আৰু I আছে। এইফালে থকা ব্যক্তি সকলোৱে Passive Income মানে Smart Work কৰে।এইফেলে থকা ব্যক্তি সকলে Use হলেও পইচা পায় আৰু Use নহলেও পইচা পায়। কাৰণ তেওঁলোকে এটা System উপৰত কাম কৰে।
B-Business Owners
এতিয়া আপুনি সোঁফালে চালে দেখা পাব যে B মানে হল Business Owners. এই ধৰণে কৰ্ম কৰা ব্যক্তি সকলক কোৱা হয় মালিক। কাৰণ তেওঁলকৰ লগত বহুত মানুহে কাম কৰি থাকে। যিসকল মানুহে নিজৰ এটা কাম ভালদৰে কৰিবলে আৰম্ভ কৰে। আৰু তেওঁলোকে এটা চিষ্টেম বনাই লয় সেই চিষ্টেম টোৱে কাম কৰে আৰু তেওঁলোকে এটা সুন্দৰ ভাবে Maximum টকা উপাৰ্জন কৰিবৰ বাবে সক্ষম হয়।
কিন্তু এইদৰে উপাৰ্জন কৰিবৰ বাবে আপোনাৰ হাতত বহুত অৰ্থৰ প্ৰয়োজন হয়। আপোনাৰ ওচৰত যদি বহুত অৰ্থ আছে তেতিয়া আপুনি এটা চিষ্টেম বনাই লৈ Maximum টকা উপাৰ্জন কৰিবৰ বাবে সক্ষম হব। ইয়াকে কোৱা হয় System work for you.
মই এটা উদাহৰণ দি আপোনাক কওঁ যে Jio. Jio মালিকে এদিনতে Jio উলিওৱা নাছিল। তেওঁ আজিৰ পৰা বহুত দিনৰ আগতে চিন্তা কৰিছিল। তাৰ পাছত এটা চিষ্টেম তৈয়াৰ কৰিছিল আৰু তেওঁৰ চিষ্টেম তৈয়াৰ কৰোতে বহুত সময় আৰু অৰ্থৰ প্ৰয়োজন হৈছিল। কিন্তু তেওঁ সেইবোৰ একো চিন্তাই কৰা নাছিল। কাৰণ তেওঁৰ Dream Fixed আছিল। সেইকাৰণে তেওঁলোক আজি Success. কিন্তু আমি সদায় Negative চিন্তা কৰি থকা কাৰণে আমাৰ জীৱনত কেতিয়াও Problem শেষ নহয়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো এতিয়াও বহুত সময় আছে নিজক Change কৰক আৰু মোৰ লগত যোগাযোগ কৰিবৰ বাবে চেষ্টা কৰক। আৰু যদি আপোনাৰ ওচৰত অধিক অৰ্থ নাই তেতিয়া হলে কি কৰিব লাগিব শেষলৈকে ভালদৰে চালে অৱশ্যে ইয়াৰ বাবে সঠিক অনুসন্ধান পাব।
I-Investor
এতিয়া I মানে হল Investor. যদি আপোনাৰ একাউণ্ট বা হাতত বহুত অৰ্থ আছে তেতিয়া আপুনি এইটো পথ লব পাৰে। Investor মানে হল Money work for you.
মই এটা উদাহণৰ দি আপোনালোকক সুন্দৰ ভাবে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছো। ভালদৰে মন দিব নহলে বুজিবলৈ কঠিন হব পাৰে। ধৰি লওক আপোনাৰ একাউণ্ট বা হাতত 1 crore টকা আছে। আপুনি একবিঘা মাটি কিনিলে গুৱাহাটীত আৰু একবীঘা মাটি কীনিলে লক্ষীমপুৰত। তাৰ কিছুদিনৰ পিছত বহুত দাম পোৱাৰ বাবে আপুনি আন এজন ব্যক্তিক মাটিখিনি বিক্ৰী কৰি দিলে। মানে আপুনি পইচা ইনভেষ্ট কৰি সেই পইছাৰ পৰাই আৰু পইচা উলিয়াইছে। এই পদ্ধতিটো যদি আপুনি অৱলম্বন কৰে তেতিয়া এটা সুন্দৰ Income অৰ্জন কৰিবৰ বাবে শক্ষম হব। কিন্তু সকলোৰে হাতত ইমান টকা আজিৰ দিনত নাই। গতিকে আপুনি কি কৰিব লাগিব ভালদৰে বুজিবলৈ চেষ্টা কৰক।
Please looks this Video for your Future.
এতিয়া Active Income আৰু Passive income মানে কি আপোনালোকে অলপ বুজিব পাৰিলে। এইসকলৰ ভিতৰত প্ৰায় 95% লোকে চাকৰি আৰু স্বনিয়োজিত হৈ উপাৰ্জন কৰে আৰু বাকী 5% লোকে ব্যৱসায় তথা বিনিয়োগ কৰে। কিন্তু উপাৰ্জনৰ ফালৰ পৰা চাবলৈ গ'লে 95% লোকে 5% উপাৰ্জন কৰে আৰু 5% লোকে 95% উপাৰ্জন কৰে।
এতিয়া কথা হল আপোনাৰ ওচৰত যদি অৰ্থ নাই বা আছে, আৰু যদি আপুনি Time Compounding কৰি উপাৰ্জন কৰিব বিচাৰে কি কৰিব লাগিব চাওক Without Investment আপোনাৰ জীৱনত এটা সুন্দৰ ভৱিষ্যত গঠন কৰিবৰ বাবে মই আপোনালৈ আগবঢ়াই লৈ আহিছো MLM অথবা Network Marketing. Name-IndusViva. আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবৰ বাবে মোৰ লগত যোগাযোগ কৰিবলে আপোনালোকক অনুৰোধ জনালো। যদি জীৱনটো পৰিবৰ্তন কৰিব বিচাৰে তেন্তে ওপৰত দিয়া Video টো চাবলে চেষ্টা কৰিব।
You can follow me on YouTube also-
Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w
MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w
Thanks for Visit my Website.
আপোনালোকৰ বন্ধু
মনোজ কুমাৰ দত্ত
1 comments:
Click here for commentsVery good bro.
ConversionConversion EmoticonEmoticon