Onpassive Ecosystem Registration Process Details by Monuj Kumar Dutta.

Onpassive Ecosystem Registration Process


                At First Click this Link- এইটো মোৰ লিংক। আপোনালোকে যদি বিচাৰে মোৰ লিংক লৈও Register কৰিব পাৰিব। নহলে যিজনে ইয়াৰ বিষয়ে আপোনাক জনাইছে তেওঁৰ লিংক লৈ Registration কৰিব। আমি সকলোকে ফ্ৰীতে ১০ ডলাৰ Income দিবলৈ সুবিধা পাইছো। যিমান পাৰে সকলো মানুহকে দিবলে চেষ্টা কৰিব। 

https://ecosystem.onpassive.com/auth?oesId=KxcvP8Jr%2BbdMDWNGp1ztTA==


Follow this Video for more details.

            প্ৰথমতে আপুনি Link টো লৈ লব লাগিব। তাৰ পাছত আপোনাৰ নাম লিখি আৰু Omail বনাব লাগিব। অলপ ভালদৰে চাই লব কাৰণ Omail বনাওঁতে @ লিখিব নালাগে । মাত্ৰ আপোনাৰ  নাম আৰু পাছত যি লিখে তাকে লিখি এৰি দিলে হব। পাৰিলে অলপ ইংলিছ ৱৰ্ড বোৰ পঢ়ি চাব। অতি গুৰুত্বপূৰ্ণ কথাটো হল যে আমি যে ZOOM ত Meeting কৰিব লাগে। আমি ZOOM পৰা প্ৰফিত একো নাপাওঁ। এইটো ৰেজিষ্টাৰ কৰাৰ পাছত O-Connect বুলি এটা পাব আমি ইয়াৰ যোগেদি Meeting কৰিবলৈ বহুতো সুবিধা লব পাৰিম। ভৱিষ্যতে গম পাব আৰু বহুতো নতুন নতুন সুবিধা আহি আছে আমাৰ জীৱনলৈ। কাৰণ ইয়াত একেলগে বহুতো মানুহৰ লগত আমি meeting কৰিব পাৰিম। জানিব পৰা মতে ১০,০০০ মানুহক একে লগতে মিতিং কৰিব পাৰিম। 




Look Image and Type your Name and Create Omail then Type Password (Choice is yours,Ex-Beauty@123) after that type Alternate Email ID which Email ID in your Mobile Phone. Then Click Register To Ecosystem.


After that Registered Successfully Page will Open. 


After that Congratulations Your WELCOME BONUS 10 Dollars Credited in Your wallet.

         Register হোৱা দেখা পালে Congratulations massage দেখা পাব। আৰু লগে লগে ১০ ডলাৰ আপোনাৰ Wallet ত জমা হৈ যাব। তাৰ পাছত আপুনিও আপোনাৰ লিংক টো যিমান পাৰে মানুহক দিবলে চেষ্টা কৰিব। যাতে আপোনাৰ যোগেদি তেওঁলোকৰ জীৱনটো ভাল হয়। আপোনাৰ লিংক টো কপী কুৰি আপোনাৰ WhatsApp ত Past Kori লব। তেতিয়া বাবে বাৰে আনি থাকিব নালাগে। ইয়াৰ যোগেদি আপুনি আগলৈ আৰু বহুতো নতুন নতুন সুবিধা পাবলৈ সক্ষম হব।



Please Type Your NDA Signature.
 
                আপুনি NDA চহী টো লগে লগে মাৰি দিব। উপৰত Become An affiliate বুলি দেখা পাব। তাতে ক্লিক কৰিলে NDA Page টো দেখা পাব। আৰু চহী টো অলপ simple হলে ভাল। আৰু লগে লগে Screenshot এটা মাৰি থব। যাতে আপুনি পাহৰি নাথাকে।



Edit Your Profile details and Mobile Number. 

আপোনাৰ মোবাইল Number দিবলে নাপাহৰিব। 





You can follow me on YouTube also-

 Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w

 


Thanks for Visit my Website.

আপোনালোকৰ বন্ধু

মনোজ কুমাৰ দত্ত 

+9198638515045

Previous
Next Post »