Ruby Executive Rank Achievement Program of Monuj Kumar Dutta

Ruby Executive Rank Achievement Program of Monuj Kumar Dutta 


            মই যেতিয়া Ruby Executive Rank হৈছিলো তেতিয়া মই এইটো Video আপোনালোকৰ বাবে আগবঢ়াই লৈ অনিছিলো।কাৰণ এটা Ruby Executive Rank পাবৰ বাবে নিজকে বহুত Strong কৰি মই কাম কৰিবলে চেষ্টা কৰিব লগা হৈছিল। আপোনালোকে এটাই কথা সদাই মনত ৰাখিব আপুনি যিটো হবৰ বাবে অন্তৰৰ পৰা চেষ্টা কৰিব সেইটো এদিন নহয় এদিন হবই। কিন্তু সেইটো পাবৰ বাবে আপুনি বহি থাকি চিন্তা কৰি থাকিলে নহব। Action লব লাগিব তেতিয়া এদিন দেখিব আপোনাৰ জীৱনত Reaction হবলৈ বাধ্য হব। সেইকাৰণে কোৱা হয় যে Without Action no Reaction.



            আৰু যেতিয়া এটা ভাল Rank আপুনি পাবৰ বাবে সক্ষম হয় তেতিয়াহে এজন ব্যক্তিয়ে বুজি পায় যে Rank Achieved কৰাটো কিমান এটা আনন্দৰ কথা। কিন্তু যিসকল মানুহে অকল চিন্তাই কৰি থাকে তেওঁলোকে কিন্তু কেতিয়াও জীৱন সলনি কৰিবলে সক্ষম নহয়। এদিন দেখিব মুখৰ ভাত অন্য এজন ব্যক্তিয়ে লৈ খায় শেষ কৰিব।

Success Life


              মই এটাই জানো যিটো কৰিম বুলি মই ভাবো আৰু সেই কামটো কৰি Success নোহোৱা লৈকে মই কৰিয়েই যাও। কাৰণ Success মোৰ নিজৰ হাতত। যদি আপোনাৰ Self Confident আছে তেতিয়া আপোনাক Success হবৰ বাবে কোনোৱে বাধা দিব নোৱাৰে। আপোনাৰ dream যিটো আছে সেইটো বিষয়ত অধ্যয়ণ অব্যাহত ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব তেতিয়া আপুনি যিটো কৰিম বুলি মনত ভাবিছিল এদিন 100% আপোনাৰ Dream Achieved কৰিবলে সক্ষম হব।






            সেইকাৰণে মই সদাই এটা কথা কৈ থাকো Always be Positive. আৰু জীৱনত কেতিয়াও হকুনি আৰু মণ্ঠৰা নিচিনা মানুহৰ মাজত বা লগত কেতিয়াও নাথাকিব। কাৰণ তেওঁলোক নিজেও Success হব নোৱাৰে বা নিবিচাৰে আৰু আপোনাকো কেতিয়াও Success হবলৈ নিদিয়ে।



You can follow me on YouTube also-

Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w

MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w


Thanks for Visit my Website.

আপোনালোকৰ বন্ধু

মনোজ কুমাৰ দত্ত

 
Previous
Next Post »