Star 500 Rank Recognization Program of Mrs Ranimai Chungkrang in IndusViva.

 Star 500 Rank Recognization Program of Mrs Ranimai Chungkrang


           মই আজি আপোনালোকৰ আগত আমাৰ সকলোৰে মৰমৰ বাইদেউ Mrs Ranimai Chungkrang Medam কিদৰে আমাৰ IndusViva ত আহিলে অলপ জানো আহক।



              Mrs Ranimai Chungkrang Medam এগৰাকী Medical বিভাগত চাকৰি কৰা ব্যক্তি। তেওঁ চাকৰি থকাৰ পাছতো কিয় ইয়াত কাম কৰিছে আপোনালোকে অলপ ভালদৰে বুজিবৰ বাবে চেষ্টা কৰক। কাৰণ তেওঁ মানুহৰ বাবে কিছুমান কাম কৰিব বিচাৰে। আৰু তেওঁ যেতিয়া এই IndusViva ৰ কথা গম পালে তেওঁ ৰৈ থাকিব নোৱাৰিলে। কাৰণ তেওঁ অকল নিজৰ কাৰণে চিন্তা কৰা ব্যক্তি নাছিল। এই সুবিধা পোৱাৰ লগে লগে তেওঁ ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে আৰু তেওঁ আজি Star 500 Distributor Rank Achieved কৰিলে। 


               মই আপোনালোকক এইটোৱেই কব বিচাৰো যে Mrs Ranimai Chungkrang Medam কিদৰে আজি ইমান এটা সুন্দৰ পদক্ষেপ লয় বা লবলৈ সক্ষম হয়। আপোনালোকে হয়তো জানিবলৈ বহুত মন গৈছে। কাৰণ সকলো মানুহকে টকা পইচা বহুত প্ৰয়োজন হয়। যিমানেই টকা নথাকক কিয় আৰু লাগে মানুহক। মানুহক কেতিয়াও টকা নুজুৰে। 




          গতিকে আজি Mrs Ranimai Chungkrang Medam আমাৰ সকলোৰে আগত Next Star 1000 Rank  কেতিয়া হব তেওঁ এই Video টোত উল্লেখ কৰিছে। গতিকে আপোনালোকে এই Medam গৰাকীয়ে কিদৰে কথা কৈছে অলপ মন কৰিব আৰু তেঁও যেতিয়া ইমান এটা ডাঙৰ Rank Achieved কৰিব পাৰিলে আপোনালোকে কিয় নোৱাৰিব। অলপ নিজকে প্ৰশ্ন কৰক। এটা কথা সদাই মনত ৰাখিব যে আপুনি আমাৰ IndusViva ত কেতিয়াও অকলে কাম কৰিব নালাগে। আমি সকলোৱে আপোনাক লগত লৈ যাম। 

 

You can follow me on YouTube also-

 Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w

MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w


Thanks for Visit my Website.

আপোনালোকৰ বন্ধু

মনোজ কুমাৰ দত্ত


Previous
Next Post »