মই আজি আপোনালোকৰ আগত আমাৰ মাজৰ এগৰাকী ব্যক্তিৰ Quality আৰু Capacity কিমান আছে দেখুৱাব বিছাৰিছো। আৰু আপোনালোকে ভালদৰে বুজিবৰ বাবে চেষ্টা কৰিব এই জীৱনত কৰিব নোৱাৰা কাম একো নাই। মাত্ৰ আপুনি মই Fix কৰি লব লাগিব তেতিয়া আপুনি এটা সুন্দৰ ভৱিষ্যত গঠন কৰিবৰ বাবে আগবাঢ়ি যাব।
![]() |
| Mrs Majani Deori Star 500 Distributor Rank |
তেওঁৰ নাম হল Mrs Majani Deori from North Lakhimpur, Assam. Rank -Star 500 Distributor in IndusViva. আৰু তেওঁ Medical বিভাগত চাকৰি কৰে। তেওঁৰ চাকৰি থকাৰ পাছতো কিয় ইয়াত কাম কৰিছে আপুনি এবাৰ বুজিবৰ বাবে চেষ্টা কৰিব আৰু তেওঁৰ Husband Mr Durlove Saikia তেওঁ Medical বিভাগত চাকৰি কৰে। তেওঁলোকে ইয়াত কাম নকৰাকৈ জীৱন কটাব পাৰে। কিন্তু তেওঁ চাকৰি কৰি জীৱনটো কটাব নিবিচাৰে তেওঁ মানুহৰ বাবে কিছুমান কাম কৰি থৈ যাব বিচাৰে তেওঁৰ জীৱন কালত। আপোনালোকে যদি তেওঁৰ Video Tu ভালদৰে আয়ত্ব কৰিলে বুজিব পাৰিব তেওঁ কিয় IndusViva বাছি ললে আৰু তেওঁ ইয়াত কি সপোন লৈ আহিছে বা তেওঁ জীৱনত কি কৰিব বিচাৰে এই Video টোত আপোনালোকে ভালদৰে বুজিব পাৰিব।
তেওঁ চাকৰি থকাৰ পাছতো ইয়াত ইমান সুন্দৰ ভাবে কাম কৰি গৈছে আৰু তেওঁ আমাৰ সকলোৱে আগত কৈছে যে দুমাহ আৰু তিনি মাহৰ ভিতৰত তেওঁ 🌟 Star 1000 Distributor Rank Achieve কৰিব। গতিকে আপোনালোকে এটা কথা সদাই মনত ৰাখিব যিটো আপুনি কৰিম বুলি অন্তৰৰ পৰা ভাবে সেইটো 100% এদিন হৈ যাব বা পাৰে। মাত্ৰ আপুনি Fix কৰি লব লাগিব যে মই এইটো কাম কৰিম।
আপোনালোকে এবাৰ ভাবি চাওক Mrs Majani Deori e কৰিব পাৰিছে আপোনালোকে কিয় কৰিব নোৱাৰিব। আৰু তেওঁ আজিলৈকে নিজৰ Team থকা সকলো ব্যক্তিক যিমান পাৰে সোনকালে তেওঁলোকৰ Rank বোৰ আগবঢ়াই লৈ আহিছে। আৰু তেওঁৰ লগৰ সকলো ব্যক্তিকে তেওঁ IndusViva কথাটো কৰিলে কেতিয়াও কুন্থাবোধ নকৰে। সেইকাৰণে তেওঁ ইমান সোনকালে আগবাঢ়িব যাব পাৰিছে। গতিকে আপোনালোকে সকলো ব্যক্তিকে কুণ্ঠাবোধ নকৰাকৈ কবৰ বাবে চেষ্টা কৰক আপোনালোকৰ জীৱনলৈ বিভীষিকা কঢ়িয়াই আনিব পাৰিব। তাৰ পাছত এটা সুন্দৰ জীৱন কটাব পাৰিব।
You can follow me on YouTube also-
Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w
MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w
Thanks for Visit my Website.
আপোনালোকৰ বন্ধু
মনোজ কুমাৰ দত্ত

ConversionConversion EmoticonEmoticon